হিমন্ত মহোদয়! বৃহত্তৰ অসমীয়া জাতিক ইমান নিশকতীয়া সজোৱাৰ সাহস পালে কেনেকৈ?

Описание к видео হিমন্ত মহোদয়! বৃহত্তৰ অসমীয়া জাতিক ইমান নিশকতীয়া সজোৱাৰ সাহস পালে কেনেকৈ?

➡️মুখ্যমন্ত্ৰী মহোদয়!
➡️আপোনাৰ নিকৃষ্ট ৰাজনীতিৰ বাবে নিশকতীয়া কৰি পেলালে বৃহত্তৰ অসমীয়া জাতিক!
➡️বৃহত্তৰ অসমীয়া জাতিক ইমান নিশকতীয়া সজোৱাৰ সাহস পালে কেনেকৈ?
➡️আৰু কিমান আৱেগৰ ৰাজনীতি কৰিব মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়া!
➡️খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যত হাতে কামে নে ফটা লেকচাৰৰে সম্ভৱ মুখ্যমন্ত্ৰী মহোদয়?
Like, share and subscribe our channel.

Follow us on:
Facebook - www.facebook.com/nenownews/
Twitter - www.twitter.com/NENowNews/
Instagram - www.instagram.com/northeast.now

Комментарии

Информация по комментариям в разработке