হিমন্ত চৰকাৰৰ "ধাপ্পাবাজী"; খিলঞ্জীয়াক সুৰক্ষাৰ নামত হাতে-কামে একো কৰা নাই!

Описание к видео হিমন্ত চৰকাৰৰ "ধাপ্পাবাজী"; খিলঞ্জীয়াক সুৰক্ষাৰ নামত হাতে-কামে একো কৰা নাই!

📌এফালে মিঞাৰ নাম লৈ খিলঞ্জীয়াক খতৰে মে হে বুলি যেতিয়াই-তেতিয়াই আস্ফালন!
📌আনফালে পোহৰলৈ আহিছে খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ নামত
📌হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰৰ ধাপ্পাবাজী!
📌ভাষণত বুজাব বিচাৰিছে হিন্দু খটৰে মে হে!
📌খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিতই নহয়!
📌নামনিৰ পৰা উজনিলৈ গোটেইখন মিঞাই দখল কৰিলে!
📌বিপৰীতে আকৌ খিলঞ্জীয়াৰ সুৰক্ষাৰ নামত হাতে কামে একোৱেই কৰা নাই হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰে!
📌৬ নং দফা ৰূপায়ণৰ ক্ষেত্ৰত বিজেপিৰ চুড়ান্ত হেমাহি!
📌বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন দিচপুৰৰ আলমিৰাতে পেলাই ৰাখিলে ৰাজ্য চৰকাৰে!
📌আজিলৈকে দিল্লী নাপালেগৈ ৬ নং দফাৰ প্ৰতিবেদন!___________________________________
Like, share and subscribe our channel.

Follow us on:
Facebook - www.facebook.com/nenownews/
Twitter - www.twitter.com/NENowNews/
Instagram - www.instagram.com/northeast.now

Комментарии

Информация по комментариям в разработке