Sorkari Baideo Asoni - Disco 2022 || Kussum Kailash || New Assamese Song 2022

Описание к видео Sorkari Baideo Asoni - Disco 2022 || Kussum Kailash || New Assamese Song 2022

Sorkari Baideo Asoni - Disco 2022 || Kussum Kailash || New Assamese Song 2022

Album : Disco 2022
Song : Sorkari Baideo Asoni
Singer : Kussum Kailash
Lyrics/Tune : Kussum Kaikash
Mrinmoy Mrittwik
Ridip Rankit
Hemraj
Music : Ujjwal Aarong
Mix/Mastered : Ibson Lal Boruah
Backing Vocal : Nitul Dadhara
Annuran Gogoi

Record@ Sristi The Creative Eye By Ujjwal Aarong & Bharat Saikia

Digital Market & Media Director :-
Junaak Milon (‪@DhwaniMusic‬ )

Lyrical Video Editor :-
Biman Boruah Axomiya (‪@studiomaamovie‬ )

Photography :-
Satyajit D Phukon (‪@satyajitdphukon4717‬ )

Cover Design : Zonak Yugantar Bora



Special thanks
______________
Daisy Gogoi Mohon
Bobita Deka
Nancy Phukon
Rainy Rajkhowa
Dorothy Bordoloi
Neel Akash Das
Bichitra Narayan
Ujjwal Konwar
Bikash Gogoi
Manab Gogoi
Tapan Hazarika
Sanat Das
Rajib Sharma
Ramen Danah
Ankit Raaz
Kousabh Phukon
Chinmoy Borguhain
Chintu Pathok
Joyprakash Gogoi
Ujjwal Gogoi
Nitikesh Das
Bhargav Gogoi
Partha Gogoi
Ankur Gogoi
Dinesh Sunuwal
Pranab Phukon
Ghana Hazarika
Binod Boruah
Bull Boruah
Papu Sunuwal
Madhab Ranjan
Lewis Gogoi
Raag Porag
Biplab Kunwar
Little Koushik
Partha Bora
Mithu Boruah


© Copyright reserved Don't Upload illegally


Lyrics -
ভণ্টি ভাল পাইছোং ভাল পাইছোং
তই হলি upgrade
অ ভণ্টি ভাল পাইছোং ভাল পাইছোং
তই হলি upgrade
ঘৰত আক' ঠাণ্ডা মুণ্ডা Cool silence
বাহিৰত লগাৱ' ডেকাবোৰক
full violence ,
কাৰোবাৰ তই Private
কাৰোবাৰ তই secret
কোনোবাই কয় তই আক' 440 voltage
এই কৰ' accept এই কৰ' reject
ডেকা লৰাক দেউলীয়া কৰা Most wanted
তয়ে এখন আমাৰ গাৱঁৰ একমাত্ৰ Tolgate
চাছোন গাঁৱখনো হল কলনি
বিলখনো হল ফুলনি
তইহে থকা ঠাইতে ৰ'লি অ
তোৰ স্বভাব নহল সলনি
তোৰ স্বভাব নহল সলনি
কিমান আৰু মাৰি থাক' তই
চা চা চালনী
কিমান আৰু নামাৰ'নো তই
বা বা বাচনি
লৰা বাচোতেই নাম উঠিবৰ হ'ল তোৰ
চৰকাৰী বাইদেউ আচনিত
চৰকাৰী বাইদেউ আচনিত তোৰ

আজিকালি বজাৰত পাবি ধেৰ কোম্পানী
চবেই নাম্বাৰ ৱান দোকানী
তই বা নাম্বাৰ ৱান ত ৰাখ কাক
ভাবি লৈ pure নো পটঞ্জলি
pure নো পটঞ্জলি
পুৰণি প্ৰেম বুৰঞ্জী তোৰ
থ থ সামৰি
আছে যদি মোলে মন তোৰ
ক ক খোলাখূলি
নহলে চাবি নাম উঠিব তোৰ
চৰকাৰী বাইদেউ আচনিত
চৰকাৰী বাইদেউ আচনিত

এ বাকী কথা বাদ দে
মোৰ কথাত মন দে
কোনোবাতো দুখীয়া কোনোবাতো হাইফাই
মৰম নিদিবি ভন্তি তই এইবিলাক চাই চাই
১৯ আৰু ২০ গল কা কভিডত
২১ ও গল জাননে তই
টকা পইচাৰ অভাৱত
২২ ত আক' কেনেবাকৈ হয় যদি বন্ধ
এ তেতিয়াহলে এইবিলাক চব পণ্ড
আমিবোৰো মানুহ হে
আজি আছো কাইলে নাই
তাকে ভাবি Party কৰ party কৰ party কৰ
আজিয়ে তই ফুৰ্তি কৰ ফুৰ্তি কৰ ফুৰ্তি কৰ
চিন্তা কৰি লাভ নাই
Future চিউচাৰ কাৰো নাই
কা কভিডক লেং মাৰি
কি বা আহে ঠিক নাই

বোলো চিন্তা চৰ্চা কৰি চা
কেলকুলেটৰ মাৰি চা
হিচাপত যদি মইয়ে ওলাং ঐ
বিয়াৰ কথা ভাবি চা
বিয়াৰ কথা ভাবি চা
দেখাক দেখি উটি ভাহি তই
না না নাযাবি
সময়ৰ বান সময়তে তই
মা মা মাৰিবি
এনেকৈ হলে নাম উঠিব তোৰ
চৰকাৰী বাইদেউ আচনিত
চৰকাৰী বাইদেউ আচনিত









#Disco2022#Sorkari_Baideo_Asoni#Kussun_Kailash

Комментарии

Информация по комментариям в разработке