"ভাগিযাব দেহা ঘৰ" Official Video 2024
Dihanam//Bhagi Jabo Dehaghar//Ankur Jyoti// New Assamese Dihanam // Horinam 2024
কণ্ঠ : অংকুৰ জ্যোতি
কথা: - প্ৰভাত বৰা ( মুনিন বৰা দেৱৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱতৰ কিছু আলম লৈ )
সুৰ :- প্ৰভাত , অংকুৰ জ্যোতি
সহযোগী কণ্ঠ :- প্ৰভাত বৰা , অৰিন্দম কৌশিক বৰা
সংগীত: - পার্থ কুকিল
বাণীবন্ধন :- Reed & Rhythm
শব্দ সংমিশ্ৰণ:- পার্থ কুকিল
বাঁহী:- চিন্ময় বৰুৱা , দেৱশীষ ভূঞা
খোল , নেগেৰা , তাল :- দধী দাস
টোকাৰী :- পার্থ কুকিল
DOP :- প্লাৱন খাৰঘৰীয়া
Video Director: চক্ৰপাণি বৰুৱা
প্ৰভাত বৰা
Video Editor :- চক্ৰপাণি বৰুৱা
Shooting Management :-
প্ৰিয়াংশু বৰুৱা
Makeup : ঋতুপৰ্ণ বৰুৱা
Still photographerb: প্ৰিয়ম তামুলী
চৰিত ৰূপায়ন - ৰবিন শইকীয়া ,বৃষ্টি বাঢ়ৈ,মৈত্ৰেয়ি বৰদলৈ,নিলোৎপল শইকীয়া,ৰুবুল বৰুৱা,নিবিড় দত্ত, ধৰিত্ৰী বৰা ।।
✍️ভাগি যাব দেহাঘৰ বিষয়ৰ বতাহত
মাটিৰ লগত মিলি যাব এই দেহা শ্মশানত
মানভাই অ'...
কেলৈ কৰিছ' গৰ্ব এই ভাৰস্তত ?
এ ৰাম মিছাই ললি নৰকায়
বিফলে জনম যায়
নকৰিলি হৰিসেৱা
জীৱন কালত
অ'.... মানভায়
নকৰিলি হৰিসেৱা
জীৱন কালত
মনুষ্য জনম লভি পশুতুল্য কৰ্ম কৰি
মনুষ্য জনম লভি পশুতুল্য কৰ্ম কৰি
মনভায় অ'.....
বিষয়ত পসি দিনে ৰাত্ৰি
এ ৰাম সংসাৰ সাগৰে পৰি
ভাৰ্য্যা পুত্ৰ সংগ কৰি
বিষয়ত গৈলি অধোগটি
মনভায় অ'.....
বিষয়ত গৈলি অধোগটি
পাপ কৰ্ম আচৰিলি
পাপতেসে মজি ৰৈলি
পাপ কৰ্ম আচৰিলি
পাপতেসে মজি ৰৈলি
মনভায় অ'.....
নভজীয়া হৰিৰ চৰণ
এ ৰাম অন্ধকাৰে পৰি ৰৈলি
জ্ঞান চক্ষু নেমেলিলি
অন্ধকাৰে পৰি ৰৈলি
জ্ঞান চক্ষু নেমেলিলি
কৰিলি তই অগম্য গমন
অ মনভায় .....
কৰিলি তই অগম্য গমন
ঈশ্বৰ কৃষ্ণৰ চৰণ' পংকজ'
যিজনে কৰিলে সাৰ
এ.. সংসাৰ তাৰিলা কুল উদ্ধাৰিলা
প্ৰণামো তাক বাৰম্বাৰ
ৰাম ৰাম
যায় অ' যায় এই দেহা বিফলে যায়
নিষ্ঠুৰ নিয়তীয়ে মতে হাত বাউলি
ৰাখোঁতা কোনোৱেই নাই
অ' মনভায়
এই দেহা বিফলে যায়
জ্ঞাতি কুটুম্বই মিলি চাৰি কান্ধ কৰি
শ্মশান ঘাটে লৈয়া যায়
ভৰ্য্যাই কান্দিব ধৰি পুত্ৰই কান্দিব পৰি
এই দেহা পাবলৈ নাই অ নাই
এই দেহা বিফলে যায়
যায় অ' যায় এই দেহা বিফলে যায়
নিষ্ঠুৰ নিয়তীয়ে মতে হাত বাউলি
ৰাখোঁতা কোনোৱেই নাই
অ' মনভায়
এই দেহা বিফলে যায়
অ'........ ৰাম জয় হৰি কি এ জয়
জয় হৰি গোপাল গোবিন্দ ৰাম
কৃতজ্ঞতা:- মা দেউতা , দুলাল শইকীয়া , পার্থ কুকিল শইকীয়া , মাইনা পাৰকাচনিষ্ট বৰদলৈ ,ঋতুপৰ্ন বৰুৱা, মুকুট মলীয়া , মাধৱ বৰুৱা , প্ৰকাশ বৰা, অমূল্য বৰা , ইন্দ্ৰ বৰা,বিকাশ বৰা,হীৰক জ্যোতি ভূঞা ,ৰাজু তামুলী,ৰিকু তামুলী, প্ৰিয়ম তামুলী , নিলোৎপল শইকীয়া, ৰবিন শইকীয়া, অৰিন্দম কৌশিক বৰা, প্ৰীয়াংশু বৰুৱা, অসীম কুমাৰ হাজৰিকা, চক্ৰপাণি বৰুৱা, বিতু বৰা , অংশুমান বৰা, ৰাজদ্বীপ খাৰঘৰীয়া, ৰুবুল বৰুৱা , নিবিড় দত্ত,বৰুৱা,বৃষ্টি বাঢ়ৈ,মৈত্ৰেয়ী বৰদলৈ,ধৰিত্ৰী বৰা, বৰ্ণালী বৰা,ডিম্পী বৰা,বীনা বৰা,ৰীনা বৰা,অনুস্মীতা বৰা, লিলি বৰা , অন' বৰা,ৰাজীৱ ভুঞা, লুকুমণি বৰা , মামণি বৰুৱা , অঞ্জনা বৰা , শ্ৰীমন্ত বৰা, প্ৰিয়নুজ তামুলী তথা সমূহ সুভাকাংখী ৰাইজৰ ওচৰত কৃতজ্ঞ হৈ ৰলু🙏🙏
#vagiJaboDehaGhar
#bhagijabodehaghar
#viralvideo
#kamalagogoi
#video
#voktimulok
#assam
#dehbisargeet
#kamalagogoi
#ankurjyoti
#assamesesong
#assamesesong2024
#dihanam
#jibonNamorBontiGosi
#horinaam2024
#assamesehorinam
#dihanam
#viralvoktigeet
#dihanamvideo
#hari_naam
#assameseharinam
#horinaam2024
#horinam
⚠️ Copyright Notice: This video may not be downloaded or distributed in any way without permission from Ankur Jyoti Official.
Contact us if you have such a need.
Информация по комментариям в разработке