Families of Assam Agitation martyrs return mementos to Government

Описание к видео Families of Assam Agitation martyrs return mementos to Government

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে শ্বহীদ পৰিয়ালে চৰকাৰক ওভতাই দিলে স্মাৰক আৰু মানপত্ৰ। অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালসমূহে জিলাই জিলাই উপায়ুক্তৰ জৰিয়তে ঘুৰাই দিলে স্মাৰক আৰু মানপত্ৰ। নাগৰিকত্ব বিধেয়কে অসম চুক্তি নস্যাৎ কৰাৰ অভিযোগ শ্বহীদ পৰিয়ালসমূহৰ। ২০১৬চনত মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বহীদ পৰিয়ালসমূহক প্ৰদান কৰিছিল সন্মান।

Like the official facebook page of News Live:   / newslivetvofficial  

Follow News Live on twitter:   / newsliveghy  

Connect to our instagram account:   / newsliveghy  

Visit our website for all news updates: https://newslivetv.com/

Комментарии

Информация по комментариям в разработке