মহানগৰীৰ ৰাজপথত সুৰাপায়ীৰ নাটক....

Описание к видео মহানগৰীৰ ৰাজপথত সুৰাপায়ীৰ নাটক....

মহানগৰীৰ ৰাজপথত সুৰাপায়ীৰ নাটক। দিছপুৰত চলা আৰক্ষীৰ তালাচীৰ নিয়মীয়া অতিথি এইগৰাকী সুৰাপায়ী চন্দন গগৈ। শুকুৰবাৰে নিশাও আৰক্ষীৰ তালাচীৰ সন্মুখীন হ’ল চন্দন গগৈ। আৰু তাৰ পাছতেই ৰাজপথত চন্দন গগৈয়ে আৰম্ভ কৰিলে নাটক। নিশাৰ ৰাজপথত সুৰাপায়ীটোৰ মুখত শুনা গ’ল কৃষ্ণ নামৰ পৰা ক’ৰ্টৰ প্ৰসংগও।

#PratidinTime #AssamNews #guwahati

Комментарии

Информация по комментариям в разработке