মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 4

Описание к видео মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 4

ধিঙত কিশোৰীক নিৰ্যাতন ৩টা নৰপিশাচৰ, ৰাজপথত মাতৃ সমাজ
এতিয়াও ঘটনাত জড়িত দুই অভিযুক্তক গ্রেপ্তাৰত ব্যৰ্থ আৰক্ষী
ৰাজ্যত এতিয়া চৰম নিৰাপত্তাহীনতাত নেকি নাৰী সমাজ?
মুখ্যমন্ত্রীৰ মতে বিগত দুটা মাহত ২২টা নাৰী নিৰ্যাতনৰ ঘটনা
মুখ্যমন্ত্রীৰ কথাতেই প্রতিফলন ঘটিছে নেকি গৃহ বিভাগৰ ব্যৰ্থতা?
‘নাৰীৰ বিৰুদ্ধে অপৰাধত জড়িত বিশেষ সম্প্রদায়’
অপৰাধ হ’লেও মুখ্যমন্ত্রীয়ে কিয় নাম লয় বিশেষ সম্প্রদায়ৰ?
মুখ্যমন্ত্রীয়ে কোৱা অপৰাধত জড়িত কোন এই বিশেষ সম্প্রদায়?
ধিঙৰ ঘটনাক লৈ সাম্প্রদায়িক ৰাজনীতি হ’ব নেকি ৰাজ্যত?
নাৰী নিৰ্যাতনৰ ঘটনা ৰুধিবলৈ চৰকাৰৰ হাতত আছে কি পন্থা?
বিৰোধীৰ মতে পদত্যাগ কৰিব লাগে মুখ্যমন্ত্রীয়ে
শাসক পক্ষৰ দাবী এই চৰকাৰৰ দিনত সাৰি নাযায় অপৰাধী
ধিঙৰ ঘটনা, নাৰী সুৰক্ষা আৰু চৰকাৰৰ কৰণীয়...
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 4 #pratidintimelive

Комментарии

Информация по комментариям в разработке