কুম্ভকৰ্ণৰ জীৱনৰ অদ্ভূত ৰহস্য। Kumbhakarna.

Описание к видео কুম্ভকৰ্ণৰ জীৱনৰ অদ্ভূত ৰহস্য। Kumbhakarna.

Description 👉 কুম্ভকৰ্ণৰ জীৱনৰ অদ্ভূত ৰহস্য। Kumbhakarna.

ৰামায়নৰ কথা অনুসৰি, কুম্ভকৰ্ণই সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পৰা বৰদান লাভ কৰিছিল যে, কুম্ভকৰ্ণই একেৰাহে ছয় মাহ শুই থকাৰ পাছত এদিনৰ বাবে সাৰ পাই খোৱা বোৱা কৰাৰ পাছত পুনৰ ছয় মাহলৈ শুই থাকিব। এতিয়া আপোনালোকৰ মনত বাৰু কেতিয়াবা এই প্ৰশ্ন আহিছে নে যে, মৃত্যুৰ সময়লৈকে গোটেই জীৱন এনেদৰে শুই শুই পাৰ কৰি দিয়া তেনে এজন কুম্ভকৰ্ণৰ বাৰু বিবাহ হৈছিল নে নহৈছিল? কুম্ভকৰ্ণৰ যদি সঁচাকৈ বিবাহ হৈছিল, তেন্তে কাৰ লগত হৈছিল? আৰু সেই কুম্ভকৰ্ণৰ বাৰু সন্তান আছিল নে নাছিল? কুম্ভকৰ্ণই একেৰাহে ছয় মাহ শুই থকাৰ পাছত এদিনৰ বাবে সাৰ পাই পুনৰ ছয় মাহলৈ শুই থকাৰ বৰদান কিয় লাভ কৰিছিল?

আহকচোন আজি কুম্ভকৰ্ণৰ জন্ম মৃত্যু বিবাহ আদিৰ বিষয়ে কিছু কথা জানো।

কুম্ভকৰ্ণৰ জীৱনৰ অদ্ভূত ৰহস্য
Kumbhakarna
কুম্ভকৰ্ণ বধ
Kumbhakarna vadh
ৰামায়ণ
Ramayan
ভক্তি তত্ত্ব
কাকতি চেনেল
কাকতি ক্ৰিয়েচন
Kakoti Creation
kakati creation
kakati channel
পৌৰাণিক কাহিনী
Assamese story
Assamese stories
Assamese motivational story
---------------------------------
বি.দ্ৰ :::: ভিডিঅত ব্যৱহৃত ভিডিঅৰ অংশ YouTubeৰ পৰা লোৱা হৈছে, কাহিনী, চিত্ৰ আৰু সংগীত ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে ।
Video content 👉

এই ভিডিঅটো সম্পূৰ্ণৰূপে মোবাইলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে ।
Music 👉
.........................................
Kakati Creation চেনেলত উপলব্ধ অন্যান্য কাহিনী 👉

👉 কাৰ্ত্তিকৰ জন্ম কাহিনী
   • কাৰ্ত্তিকৰ জন্ম কাহিনী। কাৰ্ত্তিক কাৰ...  

👉 ব্ৰহ্ম, পৰমব্ৰহ্ম আৰু পূৰ্ণব্ৰহ্ম কোন
   • ব্ৰহ্ম, পৰমব্ৰহ্ম আৰু পূৰ্ণব্ৰহ্ম কোন...  

👉 দেৱ শিল্পী বিশ্বকৰ্মাৰ কাহিনী
   • দেৱ শিল্পী বিশ্বকৰ্মাৰ কাহিনী। বিশ্বক...  

👉 দৈত্যগুৰু শুক্ৰাচাৰ্য্যৰ ৰহস্যময় কাহিনী
   • দৈত্যগুৰু শুক্ৰাচাৰ্য্যৰ ৰহস্যময় কাহ...  

👉 শিৱৰ বৰদানত হ'ল নাৰদৰ সৰ্বনাশ
   • শিৱৰ বৰদানত হ'ল নাৰদৰ সৰ্বনাশ। নাৰদৰ ...  
---------------------------------
#কুম্ভকৰ্ণৰ_জীৱনৰ_অদ্ভূত_ৰহস্য
#Kumbhakarna
#কুম্ভকৰ্ণ_বধ
#Kumbhakarna_vadh
#ramayan
#ৰামায়ণ
#কাকতি_ক্ৰিয়েচন
#কাকতি_চেনেল
#Kakoti_Creation
#Kakati_Creation
#Kakati_Channel
#আধ্যাত্মিক_তত্ত্ব
#ভক্তি_তত্ত্ব
#ভক্তি_ৰস
#পৌৰাণিক_কাহিনী
#Assamese_story

Комментарии

Информация по комментариям в разработке