জীৱন যুঁজৰ প্ৰতিটো ক্ষেত্ৰতে গাহৰি ফাৰ্মখনে সকাহ আৰু সাহস দিছে তীব্ৰজ্যোতিক | pig farming in assam

Описание к видео জীৱন যুঁজৰ প্ৰতিটো ক্ষেত্ৰতে গাহৰি ফাৰ্মখনে সকাহ আৰু সাহস দিছে তীব্ৰজ্যোতিক | pig farming in assam

জীৱন যুঁজৰ প্ৰতিটো ক্ষেত্ৰতে গাহৰি ফাৰ্মখনে সকাহ আৰু সাহস দিছে তীব্ৰজ্যোতিক | pig farming in assam

এখন সৰু গাহৰি ফাৰ্মে পদে পদে তৰাইছে এজন যুৱকৰ অৰ্থনৈতিক বিপৰ্যয়ৰ দিনবোৰত ৷
এই ফাৰ্মৰ গাহৰি বিক্ৰী কৰিয়েই তেওঁ মাতৃৰ চিকিৎসাৰ বাবে লগা ধাৰ পৰিশোধ কৰিছে ৷
এই গাহৰি ফাৰ্মৰ গাহৰি বিক্ৰীৰ ধনেৰেই সাজিছে পকী ঘৰ ৷ কিনিছে বাইক আৰু গাড়ী ৷

হয় তীব্ৰজ্যোতি ফুকন নামৰ নাওবৈচাৰ আহোম গাঁৱৰ এজন যুৱকৰ কাহিনী এয়া ৷

কলেজত পঢ়ি থকা অৱস্থাতে দেউতাকে অন্য এগৰাকী মহিলাক বিয়া কৰাই ঘৰৰ পৰা আঁতৰি যোৱাৰ পাছতে তীব্ৰজ্যোতি জীৱন হৈ পৰে অন্ধকাৰচন্ন ৷

ইয়াৰ গেৰেজত কাম কৰি আনৰ অধীনত শ্ৰমিকৰ কাম কৰি ভাগৰি পৰে তেওঁ ৷ কিন্তু এদিন ইুটিউবত গাহৰি ফাৰ্ম দেখাৰ পাছৰে পৰা তেওঁ এক আশাৰ ৰেঙনি দেখা পায় আৰু আৰম্ভ কৰে এখন ক্ষুদ্ৰ গাহৰি ফাৰ্ম৷
এতিয়া জীৱন যুঁজৰ প্ৰতিটো ক্ষেত্ৰতে গাহৰি ফাৰ্মখনে সকাহ আৰু সাহস দিছে তীব্ৰজ্যোতিক৷ আহকচোন তেওঁৰ মুখেৰেই জানো সকলো কথা ৷
uparjan.in

Комментарии

Информация по комментариям в разработке