ডিব্রুগড় থানাৰ লকআপত হত্যাকাৰীৰ সৈতে একেলগে চুমি বৰা

Описание к видео ডিব্রুগড় থানাৰ লকআপত হত্যাকাৰীৰ সৈতে একেলগে চুমি বৰা

ডিব্ৰুগড়ক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা। একেদৰে চৰ্চাৰ কেন্দ্ৰবিন্দু ডিব্ৰুগড় সদৰ থানাৰ লকআপ। কিয়নো ৰাজ্য কঁপাই যোৱা দুটা ঘটনাৰ দুই অভিযুক্ত এতিয়া বন্দী ডিব্ৰুগড় সদৰ থানাৰ একেটা লকআপত। অৰ্থাৎ প্ৰৱঞ্চক চুমি বৰাৰ এতিয়া লকআপৰ সহযোগী স্বামী হত্যাকাৰী প্ৰহেলিকা বৰুৱা।

#pratidintime #DIBRUGARH #SUMIBORAH #ASSAMNEWS

Комментарии

Информация по комментариям в разработке