দৃষ্টি আৰু যুক্তি (EP. 21) - Interview with Dipanwita Deka

Описание к видео দৃষ্টি আৰু যুক্তি (EP. 21) - Interview with Dipanwita Deka

জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাৰ সৈতে কিছু গীত আৰু কিছু কথা
গীত আৰু কথাৰে জীপাল সময়
'মিছাকৈ নকবি'ৰ পৰা 'ৰচকী-পচকী'লৈ
জনপ্ৰিয়তা আৰু সমালোচনাৰ বিষয়ে কি ক'লে দীপান্বিতাই?
সামাজিক মাধ্যমত ব্যৱহাৰ হোৱা এটা শব্দ 'Troll'
'Troll'ক লৈ কি অভিজ্ঞতা দীপান্বিতাৰ?
দৰ্শকৰ বাবে কি নতুন গীত লৈ আহিব কণ্ঠশিল্পীগৰাকীয়ে?
লোকসংগীতক লৈ কি পৰিকল্পনা দীপান্বিতাৰ?
অনুষ্ঠানত দীপান্বিতা ডেকাৰ মনৰ বহু কথা
স্বৰ্ণালীৰ সৈতে 'দৃষ্টি আৰু যুক্তি'
#DipanwitaDeka #assam #assamesesinger #ddnewsassamese #popularsong #singer

Комментарии

Информация по комментариям в разработке