Handiqui Universityr Hazarika Bordoloi - Assamese Poem By Nayan Ligang

Описание к видео Handiqui Universityr Hazarika Bordoloi - Assamese Poem By Nayan Ligang

Handiqui Universityr Hazarika Bordoloi - Assamese Poem By Nayan Ligang
#assamesepoem
#asomiyakobita
#nayanligang

নয়ন লিগাঙৰ—
"সন্দিকৈ ইউনিভাৰ্ছিটিৰ হাজৰিকা বৰদলৈ"


কবি/আবৃত্তিকাৰ : নয়ন লিগাং
প্ৰযোজক : পূৰ্ণিমা য়েইন নৰহ
সংগীত/শব্দ সংমিশ্ৰণ : চন্দ্ৰ কুমাৰ পাটগিৰি
শব্দ গ্ৰহণ : গমুগ ষ্টুডিঅ (গোগামুখ)
প'ষ্টাৰ আৰু লিৰিকেল : গোলাপ বৰি


■ স্পষ্টীকৰণ :
কবি প্ৰণৱ কুমাৰ বৰ্মনৰ "সন্দকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ" শীৰ্ষক জনপ্ৰিয় কবিতাটিৰ আলমত কবিৰ অনুমতি সাপেক্ষে ব্যংগাত্মকভাৱে উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ জড়িয়তে মদৰ বিজ্ঞাপন বা মদ খাবলৈ উৎসাহিত কৰিব বিচৰা নাই। কোনো ব্যক্তি বা সম্প্ৰদায়ৰ আত্মসন্মানত আঘাত হনাটোও আমাৰ উদ্দেশ্য নহয়। মনোৰঞ্জন আৰু শব্দ বিন্যাসৰ বাবে অনিচ্ছাসত্বেও কিছুমান শব্দ প্ৰয়োগ কৰা হৈছে। ইয়াত থকা সকলোবোৰ নাম, উপাধি কাল্পনিক। কাৰোবাৰ ব্যক্তিগত জীৱনৰ সৈতে মিল থাকিলে সংযোগ বুলি ধৰা হ'ব। ইয়াৰ বাবে কবি জগৰীয়া নহয়। ধন্যবাদ।।


■ বিশেষ কৃতজ্ঞতা :
প্ৰণৱ কুমাৰ বৰ্মন, আনন্দ দলে, ভৱেশ দাৰিক, গোলাপ বৰি, যতীন মিলি, জিতেন নৰহ, মুন্না মিচং আৰু মোৰ বন্ধুমহল।

Available on https://www.saavn.com/p/album/assames...


https://open.wynk.in/A2g57o5h3Lb?~des...

©️ Copyright reserved‼️


N.B.: This content is rightfully owned by 'Nayan Ligang'. Please do not re-upload or re-use my content in any form without prior information, else legal action will be taken as per the prescribed law. Thank you!!

#assamesepoem
#nayanligang
#subscriber
#100k
#assam

Комментарии

Информация по комментариям в разработке