মাছলৈ যাওঁ, নাখাওঁ শুদা ভাত! || Atanu Bhuyan || Satya

Описание к видео মাছলৈ যাওঁ, নাখাওঁ শুদা ভাত! || Atanu Bhuyan || Satya

মাছলৈ যাওঁ, নাখাওঁ শুদা ভাত!

👉🏻 ২০২৩ চনত অসমত মুঠ ৪৪৩.০০০ টন মৎস্য উৎপাদন হৈছিল!

👉🏻 ২০২২ত উৎপাদিত মাছৰ পৰিমাণ হল ৪১৭.০০০ টন!

👉🏻 মৎস্য উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰত নগাঁও ১ নম্বৰত!

👉🏻 নগাঁও জিলাত ২০১৯-২০ বৰ্ষত ৩৫,২৬২.২০ মেট্ৰিকটন মৎস্য উৎপাদন হৈছিল!

👉🏻 মৎস্য উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ স্থান হ’ল দ্বাদশ!

#AssameseNews #AssamNews #News #AtanuBhuyan #Satya

Комментарии

Информация по комментариям в разработке