কেলচিয়ামৰ অভাবত শৰীৰত কি কি সমস্যা হব পাৰে? Dr Haris Well future

Описание к видео কেলচিয়ামৰ অভাবত শৰীৰত কি কি সমস্যা হব পাৰে? Dr Haris Well future

DR. HARIS WELL FUTURE
drhariswellfuture
WEBSITE LINK-
www.drhariswellfuture.com
twitter Link-
  / drharikanta  
Like our Facebook Pabe-
  / das.harikanta  
instagram-
  / drharikanta  

আজি আমি আলোচনা কৰিম কেলচিয়ামৰ বিষয়ে।
#কেলচিয়ামৰ অভাৱৰ বাবে শৰীৰত কি সমস্যাই দেখাদিব পাৰে।
কেলচিয়াম কি কাৰণত কমিব পাৰে।
লগতে কেনেধৰণৰ ঘৰুৱা উপায়েৰে বা কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰি কেলচিয়ামৰ অভাৱ পূৰাব পাৰিম তাৰ বিষয়ে আলোচনা কৰিম।
কেলচিয়াম এনে এবিধ খনিজ মিনাৰেল যি আমাক হাড় আৰু দাঁতৰ সমস্যাৰ পৰা বাছি থকাত সহায় কৰে। আমাৰ শৰীৰৰ ৯৯% কেলচিয়াম হাড় আৰু দাঁতৰ বাবে আৱস্যক হয়। বাকী থকা ১% কেলচিয়ামহে শৰীৰৰ অন্য কাৰ্যত ব্যৱহাৰ হয়। যেনে- মাংস পেশীৰ কাৰ্য ক্ষমতা বঢ়োৱা, হৃদযন্ত্ৰক শক্তিশালী কৰি ৰখা, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা ইয়াৰ উপৰিও শৰীৰৰ কোষবোৰতো কেলচিয়ামে মূখ্য কাৰ্য সম্পাদন কৰা দেখা যায়।
কেলচিয়ামৰ অভাৱৰ বাবে আমাৰ শৰীৰত কি কি সমস্যাই দেখা দিব পাৰেঃ

Комментарии

Информация по комментариям в разработке