মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 1

Описание к видео মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 1

গো-মাংস, ৰাজ্য চৰকাৰ আৰু ৰাজনীতি
হোটেল, ৰেষ্টুৰেণ্ট, সামাজিক অনুষ্ঠানত নিষিদ্ধ গো-মাংস
ৰাজ্যিক কেবিনেটত কঠোৰ সিদ্ধান্ত আৰু বিতৰ্ক
কিয় হঠাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্ত?
উপ-নিৰ্বাচনৰ পিছৰে পৰা ৰাজ্যত চৰ্চাত আছিল গো-মাংসৰ ৰাজনীতি
সাংসদ ৰকিবুল হুছেইনৰ অভিযোগৰ সুযোগ ল’লে নেকি মুখ্যমন্ত্রীয়ে?
কংগ্রেছক শ’লঠেকত পেলোৱাৰ ৰণনীতি নেকি মুখ্যমন্ত্রীৰ?
ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক লৈ সৰৱ বিৰোধী
AIUDFৰ মতে ৰকিবুল হুছেইনৰ বাবেই এই সিদ্ধান্ত
নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে নেকি কেবিনেটৰ সিদ্ধান্তই?
কেবিনেটৰ সিদ্ধান্তক লৈ আক্ৰমণাত্মক আমছু
ৰাজনৈতিক জন্তুত পৰিণত গৰু, কাৰ লাভ, কাৰ লোকচান?
গো-মাংস নিষিদ্ধৰ সমান্তৰালকৈ ওলাইছে গাহৰি প্রসংগও
সংখ্যালঘুপ্রধান অঞ্চলত নিষিদ্ধ হ’ব নেকি গাহৰি মাংস?
গো-মাংস নিষিদ্ধ আৰু অসমৰ ৰাজনীতি...
এই সকলো সামৰি মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 1 #PratidinTimeLIVE

Комментарии

Информация по комментариям в разработке