বিধায়ক হ’ল, কিন্তু শিষ্টাচাৰ নিশিকিলে

Описание к видео বিধায়ক হ’ল, কিন্তু শিষ্টাচাৰ নিশিকিলে

বিধায়ক হ’ল, কিন্তু শিষ্টাচাৰ নিশিকিলে। নেতা হ’বলৈ ভোট বিচাৰি বহু ভাষণ দিলে, কিন্তু জনপ্রতিনিধিয়ে কেনেকৈ কথা ক’ব লাগে সেয়া নিশিকিলে। আমি আকৌ ক’ব বিচাৰিছো আচাৰ-ব্যৱহাৰ নজনা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিষয়ে। আজি ৰূপজ্যোতি কুৰ্মীয়ে ঘোচা মাৰি নাক-মুখ ভাঙি দিয়াৰ দিলে ধমক। পিছে কাক দিলে এই ধমক?


#pratidintime #assam #rupjyotikurmi

Комментарии

Информация по комментариям в разработке