মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’ | Part 4

Описание к видео মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’ | Part 4

অৰ্থহীন-অবান্তৰ যুক্তি-তৰ্কৰে অসম ৰক্ষাৰ অভিযান
অসম বচোৱাৰ চৰকাৰী পৰিকল্পনাত অন্ধ ভক্তৰো উজুটি
অসম ৰক্ষা কৰাৰ কাৰণে কৰিমগঞ্জত ৫ কিলোমিটাৰ সীমান্ত মুকলি
অসম সুৰক্ষাৰ বাবে বিপ্লৱ শৰ্মাৰ প্রতিবেদনৰ ‘সংৰক্ষণ’
অসম সুৰক্ষাৰ এই মনোমোহা উত্তৰ মন্ত্রী কেশৱ মহন্তৰ
মন্ত্রী অতুল বৰাৰ উত্তৰত সদনৰ ‘আদৰণি আৰু সাধুবাদ’
চৰকাৰৰ পদক্ষেপত অসমবাসী আহ্লাদিত
সদনত ভাদমহীয়া ভাওনাৰ ৭ ঘণ্টীয়া কৰ্মশালা
ৰাইজেই ভাৱৰীয়া, সদনেই নাটঘৰ
উজনিত স্বাৱলম্বিতাৰ জোৱাৰ, সৰ্বত্র থলুৱা শ্রমিক
ইটা ভাটাত আৰু ৰাজমিস্ত্রী কাৰ্যত থলুৱাৰ লানি নিছিগা শাৰী
নতুন আজমল বিচাৰি চৰকাৰৰ দ্বি-বাৰ্ষিক পৰিকল্পনা
মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’ | Part 4 #PratidinTimeLIVE

Комментарии

Информация по комментариям в разработке