Radha Rani By Rahul Deka || New Assamese Bihu Song 2025 || Assamese Hit Song || Heri Heri Again

Описание к видео Radha Rani By Rahul Deka || New Assamese Bihu Song 2025 || Assamese Hit Song || Heri Heri Again

Radha Rani By Rahul Deka || New Assamese Bihu Song 2025 || Assamese Hit Song || Heri Heri Again

Song - RADHA RANI

Singer - Rahul Deka ( Heri Heri )

Lyrics - RINU GOGOI

Music/Mix/Master - RAHUL DEKA

Flute - ANKUR DEKA

For more info and lyrics and music - 6003899291, 6000208518

ৰাধা ৰাণী

মৰমত মতিলা
মকে ৰাধা বুলি
দেহতে প্ৰেমৰে ঢৌ
তুমিও কলিয়া
মই তোমাতে বলিয়া
সপিলোঁ মোৰে দেহা মন

অ মই কলিয়া হ'লো
মৰমৰ ৰাধা ৰাণী
তাতেই বাৰু মোৰ কি দোষ
মোক আয়ে জনম দিলে
হ'লো মই ক'লা ম'লা
তাতেই বাৰু মোৰ কি দোষ
গাকুলৰে কৃষ্ণ
নাছিল জানো কলিয়ে
তথাপিও ৰাধা আছিল প্রেমতে বলিয়া
ময়ো ক'লা ম'লা
তোমাৰ নামত বলিয়া
হ'বা জানো তুমিয়ে মৰমৰে কইনা
অ' ৰাধা ৰাণী ঐ
অ' ৰাধা ৰাণী ঐ
অ' ৰাধা ৰাণী ঐ
সৌ আকাশতে জোনৰে ধেমালি
মোৰ ম'ন আকাশতে
তুমিও থাকা ওমোলি
সৌৰ আকাশতে আমি
সজিমে ঘৰ এটি
তাতে সুসে দুখে মিলি
থাকিম দুয়ো আমি
সজিমে ঘৰ এটি
তাতে সুসে দুখে মিলি
থাকিম দুয়ো আমি
অ' দুদিন পাছত হ'মেই
আমি তিনিটি
মৰমতে উমলিব আমাৰ পোনাটি ঐ
মৰমতে উমলিব আমাৰ পোনাটি
অ' ৰাধা ৰাণী ঐ
অ' ৰাধা ৰাণী ঐ
অ' ৰাধা ৰাণী ঐ
ফুল হৈ ফুলিছ
অ' দেহা ঐ
মোৰে মন ফুলনি তয়ে জিলিকাই
নদী বঢ়াৰ দৰে বাঢ়িছে ঐ
মৰমৰে জীয়াঢল বুকুতে ঐ
দুবহুতে সুমুৱাই মৰমতে ওমলাই
ৰাখিবলে মন জানা বহু দিনৰে
ঐ বুকুৰে উমতে মৰম গভীৰ হ'ব
সাৱটি ৰ'ম আমি জনম্ জনমলে ঐ
সাৱটি ৰ'ম আমি জনম্ জনমলে
অ' ৰাধা ৰাণী ঐ
অ' ৰাধা ৰাণী ঐ
অ' ৰাধা ৰাণী ঐ

ধন্যবাদ

Thank You So Much

Copyright Disclaimer Under Section 107 of the copyright Act 1976 , allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research . Fair use is a use permitted by copyright statute that might otherwise be infringing Non-profit, educational or personal use tips the balance in favor of fair use.

____Thanks for Watching this Video 🥰

#newassamesesong2025 #radharani #rahuldeka #knightcouple

Комментарии

Информация по комментариям в разработке