Arup Das - Lajuki (ft. Lune)

Описание к видео Arup Das - Lajuki (ft. Lune)

Once, I had a lovestory.....


Vocal/ Lyrics/ Composition- ARUP DAS
Music- LUNE
Guitar- Writuraj Gogoi
Flute- Anuraag Saikia
Additional Guitar & Strings- Manas Tushar
Mixing & Mastering- Diganta Bordoloi
Vocal Recorded by - Shekhar Jyoti Goswami at Studio Sound Factor
Lyrical Video Design - Pranjit E. Hazarika
Visualised by - Backlog Lite Films
Ig - https://instagram.com/backlog.lite_fi...

Arup Das
Instagram-   / mukto__bihango  

লাজুকী

লাজুকী লাজুকী
চাৱনিতে
হেচুঁকি- হেচুঁকি
মৰম জাগে
হাঁহি হাঁহি হাঁহি
তুমি দিলে
অজানা - অজানা
আৱেগ জাগে
এ হে এ হে .....
এ হে এ হে......
লাজুকী লাজুকী
চাৱনিতে
মৰম সনা
শিহৰণ জাগে
অজানা - অজানা
আৱেগ বোৰে
হিয়াৰে কোণতে
মিঠা সুৰ ঢালে


আঁকিছোঁ মই নিজানতে
তোমাৰে প্ৰতিচ্ছবি
ক'ব খোজা বহুতো কথা
বুকুতে ৰাখিছোঁ সাঁচি...
ৰৈ যা ৰৈ যা
মনৰে কথা কৈ
ৰৈ যা ৰৈ যা
বুকুৰে মৰমবোৰ দি যা,
ৰৈ যা ৰৈ যা
মনৰে কথা কৈ
ৰৈ যা ৰৈ যা
বুকুৰে মৰমবোৰ দি যা

বৈ আহ বৈ আহ
পাহাৰী নিজৰা হৈ আহ
জুৰি হৈ বুকুলে' বৈ আহ,
লৈ আহ লৈ আহ
ফাগুনী পছোৱা লৈ আহ
শাৰদী জোনাকী লৈ আহ...

অচিনাকী চিনাকী হৈ
মন উৰণীয়া
লাজুকীয়া হাঁহিটিৰে
তুমি মোৰেনো হিয়া

চাই তোমাকে চাই
জোনটিও হেৰায়
লাজৰে ওৰণি টানি
ক'তেনো লুকাই....

ৰৈ যা ৰৈ যা
মনৰে কথা কৈ
ৰৈ যা ৰৈ যা
বুকুৰে মৰমবোৰ দি যা,
ৰৈ যা ৰৈ যা
মনৰে কথা কৈ
ৰৈ যা ৰৈ যা
বুকুৰে মৰমবোৰ দি যা


#assamesesong
#assamese
#arupdas
#Lajuki

Комментарии

Информация по комментариям в разработке