পাঠ ১০ | জ্যামিতিক আকৃতি | তৃতীয় শ্ৰেণী | অনুশীলনী ১০ (খ)@Modern Assam Academy

Описание к видео পাঠ ১০ | জ্যামিতিক আকৃতি | তৃতীয় শ্ৰেণী | অনুশীলনী ১০ (খ)@Modern Assam Academy

ইয়াৰ আগৰ Video link:
👇👇👇👇👇👇👇👇👇
অনুশীলনী ১০ (খ)ৰ Video লিংক
   • জ্যামিতিক আকৃতি | পাঠ ১০ | তৃতীয় শ্ৰ...  

অসম জাতীয় বিদ্যালয় পাঠ্যক্ৰমৰ তৃতীয় শ্ৰেণীৰ নতুন গণিত ৰ পাঠ ১০: "জ্যামিতিক আকৃতি" ৰ অনুশীলনী ১০ (খ)ৰ ১ নম্বৰ আৰু ২ নম্বৰ প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। ইয়াত জ্যামিতিক আকৃতি বোৰৰ লগতে বিন্দু , ৰেখা, সৰল ৰেখা, বক্ৰ ৰেখা, ৰেখাখণ্ড, ৰশ্মি, ত্ৰিভুজ, চতুৰ্ভুজ, আয়ত, বৰ্গ আৰু বৃত্ত ৰ বিষয়ে ইয়াৰ নিয়মবোৰ ভালকৈ বুজোৱা হৈছে। যদি ইয়াত কিবা বুজি নোপোৱা থাকে তেন্তে কমেণ্টত জনাবা লগতে যদি বেলেগ কোনো পাঠৰ video লাগে তেন্তে সেইটোও জনাবা।

Video টো যদি ভাল লাগি থাকে বা video টোৰ পৰা যদি অলপ হলেও উপকাৰ হৈ থাকে তেন্তে video টোত এটা Like দিবা আৰু তোমাৰ বন্ধু- বান্ধৱী লৈ Video টো Share কৰি দিব আৰু আগলৈ মোৰ Video সমূহ পাই থাকিবলৈ চেনেলটো যদি এতিয়াও Subscribe কৰা নাই তেন্তে Subscribe কৰি All notification অন কৰি দিব। তেতিয়া মই যেতিয়াই Video YouTube ত Upload কৰিম লগে-লগে তুমি সেই নতুন Video টো তোমাৰ মবাইলত পাই যাবা। #অনুশীলনী_১০(খ) #তৃতীয়_শ্ৰেণী #জ্যামিতিক_আকৃতি

Комментарии

Информация по комментариям в разработке