Saliki O Abujon Soraijoni (শালিকী অ' অবুজন চৰাইজনী) - by Archana Mahanta.

Описание к видео Saliki O Abujon Soraijoni (শালিকী অ' অবুজন চৰাইজনী) - by Archana Mahanta.

Assamese song of Archana Mahanta /Lyrics by Keshab Mahanta / Melody by Nalini Choudhury / Lyrics of the song :

শালিকী অ’..
অবুজন চৰাইজনী
তৰা তাঁতত পৰি
কেলেই চিঙিলিহি সূতা !!

শালিকী অ’..
অবুজন চৰাইজনী
তৰা তাঁতত পৰি
কেলেই চিঙিলিহি সূতা !!
শালিকী অ’..
অবুজন চৰাইজনী
তৰা তাঁতত পৰি
কেলেই চিঙিলিহি সূতা !!
মোৰ বুকুৰ হেঁপাহ খিনি
তই আউল লগাই গ'ল অ' শালিকীজনী
নিজৰ বাহলৈ কঢিয়ালি কূঁটা..!
শালিকী অ’..
অবুজন চৰাইজনী
তৰা তাঁতত পৰি
কেলেই চিঙিলিহি সূতা..!!

অ’ শালিকীজনী..
চোতালত চাইছ কি ?
অ’ শালিকীজনী..
চোতালত চাইছ কি ?
পুৱতি নিশাতে উঠি সাৰি থৈছো
ৰাতিটো টোপনি খতি !
আজি যে আহিব শালিকীজনী
আজিয়েই অহাৰ কথা..!
কেলেই চিঙিলিহি সূতা!
শালিকী অ’..
অবুজন চৰাইজনী
তৰা তাঁতত পৰি
কেলেই চিঙিলিহি সূতা !!

ডালৰ চৰাইজনী ডালত নপৰগে কেলেই
আমনি নকৰ মোক ম‍ই থাকো অকলে !!
ডালৰ চৰাইজনী ডালত নপৰগে কেলেই
আমনি নকৰ মোক ম‍ই থাকো অকলে !!
দিখৌ নৈৰ পাৰৰে দেও লগা শিমলু
ৰিঙা ৰিঙা ৰাঙলী ফুল..!
তাৰেই কোমল কুঁহি কেলেই মন মোহে
তাৰ জানো পাৱ মোল.. ?
দিখৌ নৈৰ পাৰৰে দেও লগা শিমলু
ৰিঙা ৰিঙা ৰাঙলী ফুল..!
তাৰেই কোমল কুঁহি কেলেই মন মোহে
তাৰ জানো পাৱ মোল.. ?
যাচোন তালৈকেও পাখি লগা চৰাইটো
বুজি আহ মানুহৰ বেথা.. !
কেলেই চিঙিলিহি সূতা.. !
শালিকী অ’..
অবুজন চৰাইজনী
তৰা তাঁতত পৰি
কেলেই চিঙিলিহি সূতা !
মোৰ বুকুৰ হেপাহখিনি
ত‍ই আউল লগাই গ’ল অ’ শালিকীজনী..
নিজৰ বাহলে কঢ়িয়ালি কূঁটা!!
শালিকী অ’..
অবুজন চৰাইজনী
তৰা তাতত পৰি
কেলেই চিঙিলিহি সূতা !!
কেলেই চিঙিলিহি সূতা !!
কেলেই চিঙিলিহি সূতা !!

কণ্ঠ : অৰ্চনা মহন্ত
🌿🌼🌿

Комментарии

Информация по комментариям в разработке