আজি ভজো কাইলৈ ভজো ....Aji Bhaju Kailoi Bhaju. .With

Описание к видео আজি ভজো কাইলৈ ভজো ....Aji Bhaju Kailoi Bhaju. .With

#aji_bhaju_kailoi_bhaju
#aji_bhaju_kali_bhaju
#আজি_ভজো_কাইলৈ_ভজো
#অসমীয়_কীৰ্তন
#assamese_kirtan
#thakuranukulchandra
#thakuranukulchandra_assamese_kirtan
#thakuranukulchandra_assamese_song
#thakur_assamese_song
#satsang
Lyrics......
আজি ভজো কাইলৈ ভজো আলস্যতে দিন যায় ।
এনে সুন্দৰ নৰ দেহা যমে লৈয়া যায় ।।

প্রথমে প্ৰণামো ব্রহ্ম ৰূপী সনাতন ।
সর্ব অবতাৰৰ কাৰণ নাৰায়ণ ।।
আজি ভজো.....

তযুনাভি কমলতে ব্রহ্মা ভৈলা জাত ।
যুগে যুগে অবতাৰ ভৈলা অসংখ্যাত।।
আজি ভজো........

তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ ।
আকুলৰ কূল তুমি ঠাকুৰ অনুকূল ।
আজি ভজো..........

হেন জানি নৰগণ এৰি আন কাম ।
সবে মিলি লৈলা ঠাকুৰ অনুকূলৰ নাম ।।
আজি ভজো কাইলৈ ভজো
........

Комментарии

Информация по комментариям в разработке