80% পালে হে দিব Scooty❗Assam Scooty Distribution❗Pragyan Bharati Scooty Scheme❗Assam Scooty Coaching

Описание к видео 80% পালে হে দিব Scooty❗Assam Scooty Distribution❗Pragyan Bharati Scooty Scheme❗Assam Scooty Coaching

Email Id -
[email protected]
[email protected]

কি লিখিব -

মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ,

অসম চৰকাৰ।


মহোদয়,


অসমৰ সকলো প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলৰ হৈ এই আবেদন কৰি আপোনাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ নেতৃত্বত আৰম্ভ কৰা প্ৰজ্ঞাণ ভাৰতী স্কুটী আঁচনি হৈছে শিক্ষাৰ ক্ষেত্ৰত এক অনন্য উদ্যোগ। এই আঁচনিয়ে বিগত বৰ্ষসমূহত শিক্ষাৰ ক্ষেত্ৰত গুৰত্বপূৰ্ণ পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে।


তথাপি, এই বছৰ মাত্ৰ নিয়মীয়া একাডেমিক পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই আঁচনিৰ সুবিধা সীমাবদ্ধ কৰা হৈছে। এই সিদ্ধান্তে কেইবাটাও সমস্যা সৃষ্টি কৰিব। উদাহৰণস্বৰূপে—


1. প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকল, যিসকল কঠোৰ পৰিশ্ৰম কৰি নিজৰ ভৱিষ্যৎ গঢ়িবলৈ চেষ্টা কৰি আছে, তেওঁলোক এই আঁচনিৰ পৰা বঞ্চিত হ’ব।



2. অহা বছৰৰ পৰা আঁচনিটো পাওৰ উদ্দেশ্যে বহু লোক অপ্রয়োজনীয়ভাৱে একাডেমিক পাঠ্যক্ৰমত নামভৰ্তি কৰিব। ইয়াৰ ফলত, প্ৰকৃত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আসনহে কমি যাব।



3. একাধিক ছাত্ৰ-ছাত্ৰী, বিশেষকৈ নিম্ন শতাংশ নম্বৰ অৰ্জন কৰা ছাত্ৰসকলে, এই অপ্রয়োজনীয় নামভৰ্তিৰ কাৰণে একাডেমিক পাঠ্যক্ৰমত স্থান লাভ কৰিবলৈ বাধাপ্ৰাপ্ত হ’ব।




সেয়ে, প্ৰজ্ঞাণ ভাৰতী আঁচনিৰ অধীনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলক পুনৰ অন্তৰ্ভুক্ত কৰা অতি প্ৰয়োজনীয়। ই সম্পূৰ্ণ আঁচনিৰ ন্যায়সংগত বণ্টন নিশ্চিত কৰিব আৰু শিক্ষাৰ ক্ষেত্ৰত এক সুষ্ঠু পৰিৱেশ গঢ়িব।


আমাৰ এই আবেদনত সদয় বিবেচনা কৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা ৰাখিলোঁ। অসমৰ শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ অবিৰত প্ৰচেষ্টাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।


শ্ৰদ্ধাৰে,


পাৰ্থ প্ৰতীম চক্ৰৱৰ্তী

গন্ধিয়া, নলবাৰী, অসম


অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ হৈ।

Instagram Id- https://www.instagram.com/parthbyabot...


📌 Request 🙏 Updates || SCOOTY Distribution 2024-25 #scootydistribution2024 #scootydistribution


Assam Scooty Distribution 2024-25
Pragyan Bharati Scooty Distribution 2024-25
Scooty Distribution updates
Assam government
HS Scooty Distribution
Scooty Distribution 2024-25
Scooty Distribution 2024 update
#scooty #scootydistribution #scootydistribution2024 #scootydistribution2025 #update #updatenews
#documentslist #documents #documentsforScooty
#pragyanbharatiscootydistribution
#assam #govtofassam
ISHAN UDAY SCHOLARSHIP
#ishanudayscholarship2024
#ishanudayscholarship #schoolarship #students #ugcscholarship #assamstudents
Assam Scooty Distribution 2024-25
#scootydistribution #pragyan_bharati_scooty_scheme_2024 #pragyan_bharati_scooty_scheme_2024-25
#hsstudents #hsscooty #assam #assamgovernment #documents #documentsforscooty
#scootydocuments
#documentslistforscooty
#himantabiswasarma #update #updatenews
#documentsverification #ashindoo

Assam Scooty 2024
Documents list 2024


For Boys Also 🔥
Scooty 🔥
Assam Scooty
#scootydistribution #assamscooty #pragyan_bharati_scooty_scheme_2024
#update #news
#documentslist
#assam
#scooty
#assam_scooty
#pragyan_ bharati_Scooty_scheme
#documents
#assam_govt
#chiefminister
#himantabiswasarma
#ronuj_pegu
#news
Pragyan Bharati Scooty Scheme Assam
Hs Scooty Distribution Scheme Assam
Hs Scooty Distribution
Hs Scooty
Assam Scooty Distribution Scheme
Job Assam
News
Scooty Distribution Scheme Assam
Assam scooty update 2024
HS SCOOTY UPDATE 2024
Scooty Distribution updates



__________________________________________

Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use

Комментарии

Информация по комментариям в разработке