দিহাসম্ৰাট কমলা গগৈ দেৱৰ কৰ্মশালা||গ্ৰাহ-গজেন্দ্ৰ উপাখ্যানৰ নাম||Kamala gogoi||dihanam|S assam world

Описание к видео দিহাসম্ৰাট কমলা গগৈ দেৱৰ কৰ্মশালা||গ্ৰাহ-গজেন্দ্ৰ উপাখ্যানৰ নাম||Kamala gogoi||dihanam|S assam world

নমস্কাৰ 🙏🏼
ধেমাজি জিলাৰ গোগামুখত "ধেমাজি শ্ৰীমন্ত শংকৰদেৱ নৃত্যকলা সংঘ"ৰ উদ্যোগত জাতি বৰ্ণ নিৰ্বিশেষে আয়োজন কৰা দিহানাম কৰ্মশালাত প্ৰশিক্ষক মহোদয় আৰু আই সকলে পৰিবেশন কৰা গ্ৰাহ-গজেন্দ্ৰৰ নামভাগিৰ লগতে যি উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হৈছিল তাৰো কিছু দৃশ্যাংশ আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো ।
সকলোৱে ভিডিঅ টি চাব আৰু like , comment & share কৰি চেনেলটি subacribe কৰি দিব বুলি আশা ৰাখিলোঁ । 🙏🏼🙏🏼
#dihanam
#horinam
#kamalagogoi
#দিহানাম
#হৰিনাম
#tukarigeet
#sassamworld

Комментарии

Информация по комментариям в разработке