তিতাবৰৰ মামাৰ ঘৰলৈ যাওঁ বলক |ৰুণে আইতাকৰ ঘৰ দেখি কি ক’লে ৷ বৌ হতে কি বান্ধি দিলে ৷মামী দেখি কি ক’লে

Описание к видео তিতাবৰৰ মামাৰ ঘৰলৈ যাওঁ বলক |ৰুণে আইতাকৰ ঘৰ দেখি কি ক’লে ৷ বৌ হতে কি বান্ধি দিলে ৷মামী দেখি কি ক’লে

*তিতাবৰৰ মামা হতৰ ঘৰলৈ যাওঁ বলক *
এইবাৰ ৰুণক তিতাবৰৰ মামা হঁতৰ ঘৰলৈ লৈ গৈছিলো, সি সৰুতে গৈছিল কিন্তু এতিয়া মনত নাই সিমান ৷ মইয়ো মামী হঁতক লগ পাবলৈ গৈছিলো, মাজু মামীক নাপালো লগ | মা সৰু থাকোতে মামী হঁত বিয়া হৈ অহা ৷ নন্দেক ক জীয়েকৰ দৰে ডাঙৰ কৰিছিল ৷ মা ঢুকোৱাৰ পাচত প্ৰথম গৈছিলো তেওঁলোকক লগ কৰিবলৈ ৷ যোৱা বছৰ কভিদৰ বাবে লগ কৰা নহ’ল | আৰু এটা কথা, মনৰ আনন্দতে ন জন মামা বুলি ক’লো ভিডিঅটোত, আঠ জন হে আমাৰ মামা ৷ বহুত পুৰনা স্মৃতি ৰোমন্ঠন হ’ল ৷ মামাৰ ছোৱালী চায়া বাইদেউক লৈ গাওঁ ফুৰাৰ এই সুন্দৰ সময় সদায় মনত থাকিব ৷ এতিয়া, গাৱৰ আগৰ পুৰনা ঘৰ নাই, যিটো চোৱাৰ হেঁপাহেৰে গৈছিলো ৷ মনটো সেমেকি উঠিছিল কিন্তু মৰমৰ মানুহ বোৰক লগ পাই উৎফুল্লিত হৈ আহিলো ৷ বৌ আৰু বা হঁতে মৰমতে ঢেৰ টুপোলা বান্ধি পঠালে ৷ অসমৰ পৰা কি কি আনিলো সেইয়া পাচৰ ভিডিঅত দেখুৱাম ৷
কমেন্ট কৰিব দেই ধুনীয়া ধুনীয়া আৰু ভিডিঅটো শ্বেয়াৰ কৰিবলৈ কৃপনালি নকৰিব ৷
❤️❤️তিতাবৰত থকা আমাৰ Chef B&B's Kitchen ৰ পৰিয়াল লৈ অশেষ ধন্যবাদ আৰু মৰম ❤️❤️

Комментарии

Информация по комментариям в разработке