Toi Mur Radha | Bijay Bishal | Tarun Tanmoy | Diganta Bordoloi | Assamese New Song 2024

Описание к видео Toi Mur Radha | Bijay Bishal | Tarun Tanmoy | Diganta Bordoloi | Assamese New Song 2024

Audio credit
Singer: Bijay Bishal / Maya Pariyar
Music: Tarun Tanmoy
Lyrics & Tune: Bijay Bishal & Nik Pariyar
Mix-Mastered: Diganta Bordoloi
Album: KALPANA
Poster & Lyrical Design: Indrajit Chetia




Lyrics:

অ’ তোৰ মৰম পাবলে
কি কৰিব লাগে
আকাশৰে তৰাটি
আনি দিম কোলাতে ৷

অ’ তোৰ এষাৰি মাতে
মোক পগলা কৰিলে
সপোন ৰচোঁ আজিকালি
তোৰ নামতে ৷

অ’ মই আগতে নাজানিছিলোঁ
প্ৰেমৰে মায়া
যদি ভালপোৱা ইমান মিঠা
হ’বলে দে না

বুকুতে তইয়েই ৰাধা
উশাহৰ তইয়েই আধা
তইয়েই তইয়েই তইয়েই জান
মোৰ কলিজা ৷

তই আনলে চাই নাহাঁহিবি
বুকু কপি যায়
তই আনৰ কথা নকবি মোক
মৰিবৰ মন যায় ৷

তই ভাল পাওঁ বুলি ক না এবাৰ
দুচকুলে চাই ৷
কিনো জগৰ লগালো মই
বুজি পোৱা নাই ৷

বুকুতে তইয়েই ৰাধা
উশাহৰ তইয়েই আধা
তইয়েই তইয়েই তইয়েই জান
মোৰ কলিজা ৷

অভিমান সামৰি থ
বুকুতে সাবটি ল
তোলৈ থকা মৰম বোৰ
যেনেকৈ লাগে ল ৷

কেনেকৈ কি কৰো ক
তোৰ মৰম পাবলে ন
বুকু ফালি কলিজা মোৰ
উলিয়াই দিওঁনি ক

বুকুতে তইয়েই ৰাধা
উশাহৰ তইয়েই আধা
তইয়েই তইয়েই তইয়েই জান
মোৰ কলিজা ৷












#assamesesong #assamesenewsong #tranding

Комментарии

Информация по комментариям в разработке