Ejak Boroxune Muk || Karaoke Track || Zubeen Garg Assamese Song

Описание к видео Ejak Boroxune Muk || Karaoke Track || Zubeen Garg Assamese Song

এজাক বৰষুণে মোক ধুই থৈ গ'ল
এজাক বৰষুণে মোক ধুই থৈ গ'ল
এজাক সুবাসে মোক চুই থৈ গ'ল
(( কোমল কোমল তোমাৰ ওঠৰ পৰসে
সজল সজল তোমাৰ চকুৰ মৰমে
পাগল পাগল পাগল পাগল কৰি গ'ল ))2

এতিয়া ক'লৈ যাওঁ
তোমাকে ক'তেনো পাওঁ
এজাক বৰষুণে মোক ধুই থৈ গ'ল
এজাক সুবাসে মোক চুই থৈ গ'ল
:::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::
শুকান শুকান শুকান শুকান মাটিতে
নিজান নিজান নিজান নিজান পৰতে
অভিনব তোমাৰ অনুভৱ
নিলিম নিলিম নিলিম নিলিম আশাতে
অসীম অসীম অসীম অসীম স্বপনতে
সপোন যেন দিঠক
অচিন অচিন তোমাৰ মিথা কথাতে
সেউজ সেউজ তোমাৰ হিয়াৰ ভাষাতে
ক্লান্তিও যেন সুলভ
থুনুক থুনুক তোমাৰ ওঠৰ শবদে
ৰুনুক জুনক নুপুৰ বজাই হিয়াতে
দিয়ে হি সুলভ

এজাক বৰষুণে মোক ধুই থৈ গ'ল
এজাক সুবাসে মোক চুই থৈ গ'ল
:::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::
পুৱাল পুৱাল পুৱাল পুৱাল হিয়াকে
চুব দিয়া চুব দিয়া মোকে
অন্ধ মই প্ৰেমত
উগুল থুগুল উগুল থুগুল ভাষাতে
কৰুণ কৰুণ কৰুণ কৰুণ আশাতে
তৃপ্ত তোমাৰ মনুভৱ
আকাশ বতাহ কপাই দিয়া প্ৰেমেৰে
হৃদয় উজাই কৰি দিয়া গানেৰে
নিগৰাই সুৰৰে উচব
টোপাল টোপাল টোপাল টোপাল মৰমে
উমাল উমাল উমাল উমাল পৰশে
জোকাৰক হৃদয়ৰ শবদ
এজাক বৰষুণে মোক ধুই থৈ গ'ল
এজাক সুবাসে মোক চুই থৈ গ'ল...

Комментарии

Информация по комментариям в разработке