MAAGURI 2022 মাগুৰি || OFFICIAL VIDEO || MORAN BIHU ||MANURAM CHUTIA || DR. DULUKANTA||PRAYAKHI NEOG

Описание к видео MAAGURI 2022 মাগুৰি || OFFICIAL VIDEO || MORAN BIHU ||MANURAM CHUTIA || DR. DULUKANTA||PRAYAKHI NEOG

Audio Credit -
Albam - Maaguri
Producer - Manuram Chutia
Lyrics/Tune - Manuram Chutia, Dr. Dulukanta
Singer - Manuram Chutia, Dr. Dulukanta
Prayakhi Neog
Co-Singer - Brasha Neog
Mix-Masterd/Music - Bikram Chawrok
Dhol - Narbat Ranjan, Pal Utpal,
Flute - Mantu Neog
Recorded - Chawrok Music
Video Credit-
Cast- Diganta Moran, Dibyashpee Moran
Co Acting - Suraj kumar Boruah, BulBuli Duwarah, Luna Chetia
Video Director/Choreography - Diganta Moran
Video-Producer -Manuram Chutia
Videography/Edited - Sumindra Borah
Makup Artist - BulBuli Duwarah
Costume Designer - Diganta Moran
Special Thanks - Chendra Chutia, Bina Chutia , Arunjyoti Moran,Porag Chutia, Monidep Duwarah, Chondreshar Moran, Dr Jigar Chutia, Juganto Chetia, Munindra Chutia, Ranjan Moran, Dibyajyoti Boruah,Rupanjyoli Boruah,Debodhar Boruah, Deepjyoti Chutia, Dipak Duwarah, Zolin Duwarah
Bodousa senior Secondary school, Kuhipat Centre

#moranbihu #maguri #assamesenewvideo,
#manuramkuhipatstudio

ডিব্ৰু নৈয়েদি গৈ ঐ মাগুৰি বিলতে
ঐ চেনাই মাছে মাৰি থাকে
হেই----চাপৰিৰে পৰা ঐ কোনে ৰিং মাৰিলে ঐ
ঐ হিয়াত মোৰ কঁ‌পনি তোলে

সাগৰীকা যোৱাবাৰ বিহুতে
সাগৰীকা সৰু হৈ আছিলি
সাগৰীকা ধূলি-বালি ওমলি
ধূলি-বালি ওমলি গ'ল
সাগৰীকা এইবাৰ বিহুতে
সাগৰীকা বৰেজনী হ'লি
সাগৰীকা দেখি মন পগলা
দেখি মন পগলা হ'ল
সাগৰীকা বৰেজনী হ'লি
সাগৰীকা বিহুলৈ আহিলি
সাগৰীকা বিহুতলী শুৱনি
বিহুতলী শুৱনি হ'ল

ককাইটি ঐ এইবাৰ বিহুতে
ককাইটি ঐ যৌৱন বা' লাগিলে
ককাইটি ঐ ৰ'ব মই নোৱৰা
ৰ'ব মই নোৱৰা হ'লোং
ককাইটি ঐ তই বিহু গালে
ককাইটি ঐ ঢোলেটি বজালে
ককাইটি ঐ মনে মোৰ কেনেবা
মনে মোৰ কেনেবা কৰে

হেই বাঘজান চাপৰিত কেতেকীৰ বিননি ঐ ৰুণজুন (দেহা)
বগলী জাক উৰিছে
তোকে দেখাৰ পৰা মনৰে চাপৰিত ঐ ৰুণজুন (দেহা)
বগলী জাক উৰিছে
তোকে পালে আজিয়েই নিমেই হেই হেই
(ঘৰত জানো তোলে মোক দিব হে হেই)
বুকুৰে ভিতৰত পীৰিতি জাগিছে ঐ ৰুণজুন
বগলী জাক উৰিছে
তাকে ভাবি ভাবি টোপনি নাহে মোৰ ঐ ৰুণজুন (দেহা)
যৌৱনে মোক আমনি
যৌৱনে ঐ আমনি কৰে

মাগুৰি বিলতে ঐ চাকৈ-চকোৱা
ঐ যোৰে পাতি পাতি বহে
ঐ যৌৱনৰ বেলাতে ঐ
তোৰে মোৰে দৰে
কোনে যোৰ নাপাতি
কোনে যোৰ নাপাতি থাকে।
Thanks to all well-wishers

Комментарии

Информация по комментариям в разработке