‘শ্রীৰঘুপতি’ৰ সংগীত পৰিচালক প্রণয় দত্তৰ কথাৰে ‘বিশেষ আধাঘণ্টা’

Описание к видео ‘শ্রীৰঘুপতি’ৰ সংগীত পৰিচালক প্রণয় দত্তৰ কথাৰে ‘বিশেষ আধাঘণ্টা’

সৰ্বত্র এটাই নাম ‘শ্রীৰঘুপতি’
ছবিখনৰ লগতে সমানেই চৰ্চিত ‘শ্রীৰঘুপতি’ৰ সংগীত
কিদৰে চলিছিল সফল ছবিখনৰ সংগীতৰ কাম?
১২ বছৰ ধৰি গান গোৱা নাছিল সংগীত পৰিচালকে
তেওঁ ইঞ্জিনিয়াৰিং সমাপ্ত কৰিও সংগীতকে আঁকোৱালি ল’লে কিয়?
প্রতিটো জনপ্রিয় গীতৰ মাজত ‘নাৰায়ণ’ ব্যতিক্রম কিয়?
‘বিদুৰগীত’, ‘কনেং’ আদি হিট গীতেৰেই নিজৰ পৰিচয় দিছিল তেওঁ
‘শ্রীৰঘুপতি’ৰ সংগীত পৰিচালক প্রণয় দত্তৰ কথাৰে ‘বিশেষ আধাঘণ্টা’

Комментарии

Информация по комментариям в разработке