উজনিত জাতীয় সংগঠনৰ এটা সিদ্ধান্তক লৈ বিপদত ইটাভাটাৰ মালিক

Описание к видео উজনিত জাতীয় সংগঠনৰ এটা সিদ্ধান্তক লৈ বিপদত ইটাভাটাৰ মালিক

৩০টাকৈ জাতীয় সংগঠনে উজনিক মিঞা মুক্ত কৰাৰ কঠোৰ স্থিতি লোৱাৰ পিছত এতিয়া বিপদৰ সন্মুখীন হৈছে উজনি অসমৰ ইটাভাটা মালিকসকল। কাৰণ উজনি অসমৰ ইটাভাটাত এতিয়া শ্ৰমিকৰ অভাৱ। আগধন লৈও ইটাভাটাসমূহলৈ আহিবলৈ ভয় কৰিছে শ্ৰমিকসকল। যাৰ বাবে ইটাভাটাৰ মালিকসমূহ গভীৰ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে।

#pratidintime #Assamnews

Комментарии

Информация по комментариям в разработке