New Assamese ||Top Folk song||Narayan Gopal (নাৰায়ণ গোপাল)by Parag pritom 2022

Описание к видео New Assamese ||Top Folk song||Narayan Gopal (নাৰায়ণ গোপাল)by Parag pritom 2022

Pritom Official
#New Assamese songলোকগীত:--- 2024 কন্ঠ:-পৰাগ প্ৰীতম তালুকদাৰ

"নাৰায়ণ গোপাল ও হে নাৰায়ণ হে হৰি গোবিন্দ "
নাৰায়ণ গোপাল ও হে নাৰায়ণ হে হৰি গোবিন্দ"


Music 🪕.............................

"হে প্ৰান কৃষ্ণ বন্ধু তুমি জগতৰ"
হে প্ৰান কৃষ্ণ বন্ধু তুমি জগতৰ
তোমাৰ মহিমা প্ৰভু
অনেক অপাৰ।।
নাৰায়ণ গোপাল ও হে নাৰায়ণ হে হৰি গোবিন্দ"

Music🎸........................

"হে কৃপা ঠাকুৰ তুমি জগতৰ
তুমি জগতৰ "
হে কৃপা ঠাকুৰ তুমি জগতৰ
তুমি জগতৰ
তুমি বিনে সংসাৰত নাহি কোনো জন হে এ এ "
নাৰায়ণ গোপাল ও হে নাৰায়ণ হে হৰি গোবিন্দ

Music.🎻..........................

"ও হে পৰম গুৰু তুমি জগতৰ
তুমি জগতৰ "
ও হে পৰম গুৰু তুমি জগতৰ
তুমি জগতৰ।।
তোমাৰ পদ ছায়া দিয়া দান হে এ এ....
নাৰায়ণ গোপাল ও হে নাৰায়ণ হে হৰি গোবিন্দ
গোবিন্দ, গোবিন্দ গোবিন্দ


সমাপ্ত...........

Thank you so much 🙏





Singer- Parag Pritom

Lyrics_tune - Parag Pritom

Music- Dipkesh Bargohyan

Tabla- Raja Baruah

Dholak-Naba chutia

Flute -kailash Rabbah

Dotara- Banjo Nirmal

RECORDED AT studio Dreams by Ripunjoy Sarma

Mix By Dipkesh Borgohain

Mastering by Jintu Botdoloi

Poster Design- Partha

Camera_Video Edit- Papu

Special Thanks_

Krishna Talukdar

Khiroda Talukdar

Prakash Talukdar (A.P.B.N)

Pompi Talukdar



Please Subscribe This Channel





জাননি ✍️ মোৰ বিনা অনুমতিত কোনোৱে যাতে বেলেগ ইউটিউব চেনেলত You tube channel t গীত টো আপলোড নকৰে। ✍️Parag pritom....


Copyright Reserved by Parag pritom official Don't upload iilegally....

🙏 Thanks For Watching

Комментарии

Информация по комментариям в разработке