কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

Описание к видео কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ। আধাৰ কাৰ্ডৰ ক্ষেত্রত কঠোৰ হ’ব ৰাজ্য চৰকাৰ। সন্দেহযুক্ত নাগৰিকে যাতে আধাৰ নাপায়, তাৰ বাবেই এনে সিদ্ধান্ত। অসমত বাংলাদেশী সোমাব নোৱাৰাৰ বাবে কঠোৰ ৰাজ্য চৰকাৰ।

#PratidinTime #AssamNews #Cabinet #HimantaBiswaSarma

Комментарии

Информация по комментариям в разработке