ভগৱান শিৱই কৈছিল। শাওন মাহত এই পাঁচজনে শিৱ পূজা কৰিব নালাগে।

Описание к видео ভগৱান শিৱই কৈছিল। শাওন মাহত এই পাঁচজনে শিৱ পূজা কৰিব নালাগে।

Title 👉 ভগৱান শিৱই কৈছিল। শাওন মাহত এই পাঁচজনে শিৱ পূজা কৰিব নালাগে।

আমি সকলোৱে দেখি আহিছো যে, প্ৰত্যেক বছৰে শাওন মাহৰ প্ৰতিটো সোমবাৰে ভক্ত সকলে ভগৱান শিৱৰ বিশেষ পূজা কৰে। বলবম বা কাঁৱৰ যাত্ৰা কৰি নদীৰ পানী আনি শিৱলিংগত অৰ্পণ কৰে। আৰু গোটেই শাওন মাহ ধৰি ভক্ত সকলে কঠোৰ ব্ৰত পালন কৰে। পিছে আপুনি বাৰু জানে নে যে, শাওন মাহৰ এই ব্ৰত কিছুমান মানুহে কৰিব নালাগে।
আজি আমি ভগৱান শিৱই কোৱা এটা কাহিনীৰ জৰিয়তে এই কথা ক'বলৈ লৈছো যে, কোন কোন মানুহে শাওন মাহৰ ব্ৰত কৰিব নালাগে, আৰু কিয় নালাগে।
আহকচোন আজি ভগৱান শিৱই কোৱা সেই কথা আমিও জানো।

Your queries -

ভগৱান শিৱই কৈছিল
শাওন মাহত এই পাঁচজনে শিৱ পূজা কৰিব নালাগে
আধ্যাত্মিক তত্ত্ব
ভক্তি তত্ত্ব
কাকতি চেনেল
কাকতি ক্ৰিয়েচন
Kakoti Creation
kakati creation
kakati channel
পৌৰাণিক কাহিনী
Assamese story
Assamese stories
Assamese motivational story
---------------------------------
বি.দ্ৰ :::: ভিডিঅত ব্যৱহৃত ভিডিঅৰ অংশ YouTubeৰ পৰা লোৱা হৈছে, কাহিনী, চিত্ৰ আৰু সংগীত ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে ।
Video content 👉

এই ভিডিঅটো সম্পূৰ্ণৰূপে মোবাইলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে ।
Music 👉
.........................................
Kakati Creation চেনেলত উপলব্ধ অন্যান্য কাহিনী 👉

👉 দুখীয়াৰ দুখ কেতিয়াও নুগুচে কিয়
   • দুখীয়াৰ দুখ কেতিয়াও নুগুচে কিয়? ভগ...  

👉 মাতা লক্ষ্মীয়ে কৈছিল
   • মাতা লক্ষ্মীয়ে কৈছিল। চাৰিবিধ বস্তু ...  

👉 শাওন মাহ কিয় ভগৱান শিৱৰ প্ৰিয়
   • শাওন মাহ কিয় ভগৱান শিৱৰ প্ৰিয়? শাওন...  

👉 অক্ষৌহিনী সেনা কি
   • অক্ষৌহিনী সেনা কি? এক অক্ষৌহিনী সেনা ...  

👉 অম্বুবাচী মেলা কিয় হয়
   • অম্বুবাচী মেলা কিয় হয়? অম্বুবাচী মে...  
---------------------------------
#ভগৱান_শিৱই_কৈছিল
#শাওন_মাহত_এই_পাঁচজনে_শিৱ_পূজা_কৰিব_নালাগে
#কাকতি_ক্ৰিয়েচন
#কাকতি_চেনেল
#Kakoti_Creation
#Kakati_Creation
#Kakati_Channel
#আধ্যাত্মিক_তত্ত্ব
#ভক্তি_তত্ত্ব
#ভক্তি_ৰস
#পৌৰাণিক_কাহিনী
#Assamese_story

Комментарии

Информация по комментариям в разработке