কৃষিক্ষেত্ৰত কাৰ্বি খেতিয়ক ।। Karbi Farmers in Agriculture Field

Описание к видео কৃষিক্ষেত্ৰত কাৰ্বি খেতিয়ক ।। Karbi Farmers in Agriculture Field

পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ এক দূৰ্গম অঞ্চল। ৰাণী উন্নয়ন খণ্ডৰ অন্তৰ্গত পাহাৰীয়া অঞ্চলটোত বহুকেইখন জনজাতীয় গাঁও আছে। ৰাণী বজাৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বৰ পৰা পাহাৰীয়া অঞ্চলটোৰ গাঁও সমূহ আৰম্ভ হৈছে। ভিডিঅ’টোত ডুম’পাহাম নামৰ কাৰ্বি গাঁওখনৰ খেতিয়কসকলৰ দৃশ্য সংযোজন কৰা হৈছে।

A remote area of West Guwahati Assembly Constituency. There are several Tribal villages in the hilly area under Rani Development Block. The villages in the hilly region start from a distance of 10 km from Rani Bazar. The video features a scene of farmers from Karbi village called Dumopaham.

Комментарии

Информация по комментариям в разработке