PUWOTI NIXA (পুৱতি নিশা) - Harshad Tamuli × Pinkal Pratyush

Описание к видео PUWOTI NIXA (পুৱতি নিশা) - Harshad Tamuli × Pinkal Pratyush

AUDIO CREDITS

★ Vocal - Harshad Tamuli
★ Music - Pinkal Pratyush
★ Composition - Bishal Darphang & Harshad Tamuli
★ Lyrics - (First Part- Mainaw Mahela)
(Second Part- Raj Ballav)
★ Translator - Prayashi Baruah
★ Mix-master - Nibir X
★ Guitars - Tiku Boro
★ Distribution partner - Regional Music Centre (RMC)


VIDEO CREDITS

★ Artwork & Storyboard - Pranjit Konwar
★ Animation and Lyrical- Akash P Nath
★ Thumbnail - Jitul Kr Nath
★ Calligraphy - Mrinanga Das

Special Thanks - Gourisnkr Nath , Bhaskar Opswel , Bijit Pratim Deka , Himashreeta Bhuyan , Bishal Barman


পুৱতি নিশাৰ সপোন
আকাশত কিহৰে নাচোন
মোৰ বুকুৰে কান্দোন
প্ৰতিটো উশাহতে দেখোন
তোমাৰেই সুবাস বিয়পি আছে
পৰাণৰ সিৰে সিৰে
শিলোৱা এন্ধাৰে লুকা-ভাকু খেলে
জোনাকৰ আঁৰে আঁৰে

অচিনাকি শিহৰণ
কঁপিছে মন উচাটন
বিচাৰি তোমাকে হেৰুৱাওঁ নিজকো
উজাগৰী দুনয়ন
প্ৰণয়ৰে আগমন
সাৱটি মিছাকে সাজি লওঁ দিঠকো
তোমাক পোৱাৰ অনুভৱে
জীয়াই তোলে হেপাহকে
শুকান মৰুত জিলিকে নৈ
প্লাৱন নামে মোৰ বুকুলৈ

এন্ধাৰৰে শেষতে হে প্ৰভাতী নতুন
সঁচা হয় যেন অভিলাষী মোৰ সপোন
ধুমুহাৰো মাজতে যে শান্তিৰ দাপোন
হাঁহিৰে যেন বিনাশিম বুকুৰ কান্দোন
তোমাৰেই সুবাস বিয়পি আছে
পৰাণৰ......

Комментарии

Информация по комментариям в разработке