কাজী প্ৰথা বিলুপ্তিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

Описание к видео কাজী প্ৰথা বিলুপ্তিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

ব্ৰিটিছৰ দিনৰে পৰা মুছলমান সমাজত চলি অহা কাজী প্ৰথা বিলুপ্তিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। বিধানসভাৰ মজিয়াত দ্য আছাম কম্পালছ’ৰী ৰেজিষ্ট্ৰেচন অব মুছলিম মেৰেজ এণ্ড ডিভোৰ্চেছ বিলক লৈ বিতৰ্ক। বাল্য বিবাহৰ পক্ষত থিয় দি আহিছে কাজীসকলে। সদনত এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।


#pratidintime #assam #himantabiswasarma #muslimmarriageact

Комментарии

Информация по комментариям в разработке