Toi Hahi Dile||তই হাঁহি দিলে||Gitimoni Borgohain||New Assamese song 2024

Описание к видео Toi Hahi Dile||তই হাঁহি দিলে||Gitimoni Borgohain||New Assamese song 2024

গীতৰ নাম : তই হাঁহি দিলে

কণ্ঠ : গীতিমণী বৰগোহাঁই

কথা-সুৰ : ভূপেন অম্লান

সংগীত :পলাশ গগৈ

শব্দ সংমিশ্ৰণ : পলাশ গগৈ


শব্দ বাণীবদ্ধন : লায়ন ষ্টুডিও

বেটুপাত : Biswa (BS )

lyrics: -

তই মোৰেহে সোনটি সোণাই
তোৰ বাহিৰে মোৰ কোনো নাই
ভালপাওঁ বুলি কৈ দেনা মোক
নোকোৱা লৈ থাকিম থুন থুনাই
তই মোৰেহে সোনটি সোণাই
কাকো ভাল নাপাবি তই দুনাই
তই নহলে মোৰ জীৱনৰ
নাই জান একো ভেলো নাই

তই হাঁহি দিলে মই মৰি যাওঁ
উজুতি খাই প্ৰেমত পৰি যাওঁ
তোক দেখিলে জান
তোৰ কাষলৈ লাগে
দৌৰি যাওঁ দৌৰি যাওঁ
তোৰ যিটোহে মুখৰ মিঠা মাত
শুনিলে নালাগে ভুকৰ ভাত
তোৰ কথা ভাবোতে কথা ভবোতে
তামোল কটোতেও কাটে হাত

অ পেটত এটা মুখত এটা থব নাজানো
চলাহী চলাহী কথা কব নাজানো
সপিলো মই তোকেই হিয়াখন
সপিলো মই তোকেই হিয়াখন
আগে পাছে কাৰোৰ প্ৰেমত পৰি পোৱা নাই
আগে পাছে কাকো মৰম কৰি পোৱা নাই
তোকেই মৰম কৰিবলৈ মন...
তোকেই মৰম কৰিবলৈ মন

মোৰ বুকুখন এখিলা মৰমৰ কাগজ
মোৰ কলিজাটো এটা মৰমৰ বাকচ..
মৰম দিম চেনেহ দিম
যিলাগে তোক তাকে দিম
মোক নকৰ না নাকচ ।

বিশেষ কৃতজ্ঞতা :-
মেঘালী বৰগোহাঁই (মা)
দিগন্ত বৰগোহাঁই (দেউতা)
মামা, মামী, দাদা ,নিচা, আপা,
ডিয়ানকী শৰ্মা (বৌ)
বিকি সোনোৱাল

🔴 Join this channel to get access to perks:    / @gitimoniborgohain  


📲 SOCIAL LINKS :

GITIMONI BORGOHAIN

🔷 FACEBOOK :   / gitimoniborgohain2005  

🔷 INSTAGRAM : https://instagram.com/gitimoni_borgoh...



© Copyright reserved, Don't upload illegally !!



#তই_হাঁহি_দিলে
#toi_hahi_dile
#Gitimoni_Borgohain
#toi_hahi_dile_Gitimoni_Borgohain
#GitimoniBorgohain
#palakh_gogoi
#viral
#MBG_Channel
#Gitimoni
#MGC_Multimedia
#Assamese_New_Song
#Assamese_New_Song_2024
#Assamese_Song

Комментарии

Информация по комментариям в разработке