ৰঙালী বিহুৰ আয়োজন । Preparation for our Bohag Bihu festival |

Описание к видео ৰঙালী বিহুৰ আয়োজন । Preparation for our Bohag Bihu festival |

ৰঙালী বিহুৰ আয়োজন । Preparation for our Bohag Bihu festival |
Bohag Bihu or Rongali Bihur ayujan .

If you like the video please click the like button and subscribe our channel.
You may post your queries and suggestions in the comment section.
Hope you will like this video,
with love from Amar Gaon


আপোনালোকৰ হিয়া ভৰা মৰমৰ বাবে অশেষ ধন্যবাদ , আপোনালোকে আমাৰ গাঁওৰ সঠিক ঠিকনা প্ৰায়ে সুধি থাকে । ঠিকনা কবলৈ অসুবিধাৰ বহুতো কাৰণৰ ভিতৰত মূল কাৰণ টো হৈছে , আমাৰ ভিদেওৰ shooting কৰোঁতে এটা শান্ত পৰিবেশৰ অতিকৈ প্ৰয়োজন হয় । অনুৰাগীৰ উপস্থিতি য়ে আমাৰ video ৰ sound quality ত অসুবিধাৰ সৃষ্টি কৰে । সেয়েহে আমি social site ত আমাৰ সঠিক ঠিকনা দিবলৈ অসুবিধা হয় । এতিয়াও আমাৰ কাষৰীয়া অনুৰাগীক যিয়ে shooting ৰ সময়ত উপস্থিত থাকে তেওঁলোকক silent থাকিবলৈ বাৰে বাৰে অনুৰোধ কৰিব লগা হয় । আমি আমাৰ দৰ্শকক প্ৰকৃত প্ৰাকৃতিৰ শব্দ শুনাবলৈ চেষ্টা কৰোঁ । কিন্তু background noise ৰ বাবে সেয়া perfect কৰিবলৈ অসম্ভৱ হয় ।। আমি আগলৈ চেষ্টা কৰিম যাতে নিজানকৈ ভিদেও বিলাক বনাব পাৰো আৰু দৰ্শকক প্ৰকৃত প্ৰকৃতিৰ মনোৰম শব্দ শুনাব পাৰো ।
আপোনালোকে নিশ্চয় জানে দূৰৈৰ background শব্দও mic য়ে টানি লয়, যাৰ বাবে অনুৰাগীৰ উপস্থিতিত video shoot কৰাটো অসম্ভৱ । তাতে আহাৰ বনোৱা video ত 2nd shoot সম্ভৱ নহয় , গতিকে আমাক উন্নত quality video কৰিবৰ কাৰণে আপোনালোকে সহযোগ কৰক আৰু social site ত আমাক আমাৰ location অনুগ্ৰহ কৰি নুশুদিব ,তথাপিও এটা কথা আমি জনাওঁ যে আমাৰ ভিদেও বিলাক চৰাইদেও জিলাৰ Disang নদীৰ কাষৰীয়া অঞ্চলত কৰা হৈছে ।।প্ৰয়োজনত পাছলৈ details location আমি নিশ্চয় জনাম ।।
লগতে কিছুমান বিশেষ কাৰণত আৰু সময়ৰ অভাৱৰ কাৰণে কেতিয়াবা কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ অসুবিধা হয় । তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ । আমি যিমান পাৰিম চেষ্টা কৰিম আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ,ধন্যবাদ ।।




আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।

মৰমেৰে "আমাৰ গাঁও"

our Facebook link-  / amargaon12  
our Instagram link-https://instagram.com/amargaon20?utm_...


#bohagbihu #rongalibihu #tradition #festival #assameseculture

Комментарии

Информация по комментариям в разработке