আমেৰিকালৈ আৰু পাপাৰ বাবে যোৰহাটৰ বজাৰৰ পৰা কি আনিলো ৷ unboxing Assamese delicacy

Описание к видео আমেৰিকালৈ আৰু পাপাৰ বাবে যোৰহাটৰ বজাৰৰ পৰা কি আনিলো ৷ unboxing Assamese delicacy

এইবাৰ অসমৰ পৰা কি কি আনিলো মন গৈছেনে চাবলৈ ? মোৰ এনে লাগিছে মাত্ৰ বজাৰ কৰিব হে যেন গৈছিলো ৷ নয়দাত থকা পাপা ৰ বাবে আৰু আমেৰিকালৈ নিবলৈ বহুত আপুৰুগীয়া বস্তু আনিলো ৷ আমি কেনেকৈ সামগ্ৰী বোৰ গোটাওঁ আমাৰ ৰেছিপী বোৰৰ বাবে, চাওঁ আহক ৷ সকলো বস্তু আমেৰিকাত উপলব্ধ নহই আৰু বহুত বস্তু আনিবও নিদিয়ে ৷ সেয়েহে, কিছুমান ভিডিঅ নয়দাৰ ভন্টিয়ে ৰান্ধে ৷এইবাৰ ৰুণে ঢেকীয়া খাই ইমান ভাল পালে যে যোৰহাটৰ পৰা মই নয়দা লৈয়ো ৯ মুঠি আনিলো ৷ আমেৰিকাত যিহেতু ঢেকীয়াৰ সোৱাদ বছৰলৈ নাপাব ৷আপোনালকৰ বাবে এই সামগ্ৰী বোৰৰ মুল্য হয়টো বহুত কম কিন্তু আমাৰ বাবে অতিকে আপুৰুগীয়া ৷ বৌয়ে যেতিয়া ভীম কলৰ বাকলী খিনি দিছিল, সেই সময়ত কোনোবাই সোনৰ গহণা দিয়া যেন অনুভৱ হৈছিল ৷
আশাকৰো ভাল পাব আমাৰ এই ভিডিঅটো আৰু শ্বেয়াৰ কৰিব ভাল পালে দেই ৷

Комментарии

Информация по комментариям в разработке