Majulire Ejoni Suwali | Nekib | Priyanka Bharali | New Assamese Bihu Song 2024

Описание к видео Majulire Ejoni Suwali | Nekib | Priyanka Bharali | New Assamese Bihu Song 2024

Vocal - NEKIB & PRIYANKA BHARALI

Lyrics & Tune - APURBA JYOTI MOHAN

Music - B.K.D

Mixed & Mastering - JINTU BORDOLOI

Recordist - RIPUNJAY SARMAH, DREAMS STUDIO, GUWAHATI

Flute - KAILASH RABHA

Dhol - LACHIT BARUAH & BISWAJIT GOGOI

Poster - SULTAN MAHMUD MIRDHA

Tabla/Dholak - SIMANTA & NABA

Melody Design -B.K.D & DIPKESH BORGOHAIN

Tal & Gagana - PITI BORAH

Concept- NEKIB

Label - NekibMusical

Special Thanks-

Jollywood Media

Ranjan Saikia (শিলিখাগুৰি,মাজুলী)
Purabi Saikia ( গড়মূৰ বৰবাৰী,মাজুলী)

✍️
মাজুলীৰে কনেং ঐ
এৰি মোকে নেযাবি নেযাবি অ'
অভিমানী আকলুৱা হৈ

মাজুলীৰে এজনী মৰম লগা ছোৱালী
নিমাতি ঐ ঘাটেদি অহা-যোৱা কৰেহি
লাজতে ঐ মৰহো যেন
কৰে ৰঙা গাল
চকুত চকু পৰি বান্ধে
পিৰিতীৰে জাল ।

অ' তাই কমলাবাৰী
নে তাই বালিচাপৰিৰ
অ' তাই ফুলনিৰ
নে তাই শিলিখাগুৰিৰ
দেউৰী নে ঐ মিচিং ছোৱালী

অ' মন আকাশত উৰি ফুৰা চিত পখিলী
অ' তাই চিত পখিলী ।

আই প মেনম


অন্তৰা::
কাতিৰে কুৱলীৰ
ৰাস পূৰ্ণিমাৰে তিথিত

গড়মুৰ,দক্ষিণপাত
সকলোতে তুমি

ৰাধা হৈয়ে গোৱা
কৃষ্ণৰ প্ৰেমৰ গাঁথা

চকা-মকা পোহৰত জিলিকি তুমি
চকা-মকা পোহৰত জিলিকি তুমি

দূৰৈৰ পৰাই চাই থাকো
তোমাকে জুমি
অ' তোমাকে জুমি ।

আই প মেনম অ'

ছোৱালী---
শুকানসুঁতি টুনী নৈ
মাজুলীৰ বুকুৱে বৈ
লুইততে মিলেগৈ,
মৌৱনৰে ভোগেদৈত
হিঁয়ানো দিম কাকে ঐ
সুঁতি সলায় বৰেকৈ ,

ল'ৰা---মাজুলীখন জিলা হ'ল
জিলানো হ'ল ভালেই হ'ল
সম্বন্ধবোৰ বাঢ়ি গ'ল,
বাঢ়িনো গ'ল
ভালেই হ'ল

ছোৱালী---
ৰচকী ফাগুনীত
মন মোৰ পলাশী
ৰচকী ফাগুণীত
মন মোৰ পলাশী
উৰি উৰি উৰি গুচি যায়
অ' অ' অ' অ'

ভালপোৱাত জাতি কুলৰ কোনো কথা নাই অ'
ভালপোৱাত জাতি কুলৰ কোনো কথা নাই ।

আই প মেনম অ'

কথা/সুৰ---অপূৰ্বজ্যোতি মহন

Комментарии

Информация по комментариям в разработке