পদ্ম ভৰালীয়ে সংস্হাপন দিছে গাঁৱৰ ২২ জনকৈ নিবনুৱা যুৱক আৰু মহিলাক | Lion Brand Owner Padma Bharali

Описание к видео পদ্ম ভৰালীয়ে সংস্হাপন দিছে গাঁৱৰ ২২ জনকৈ নিবনুৱা যুৱক আৰু মহিলাক | Lion Brand Owner Padma Bharali

পদ্ম ভৰালীয়ে সংস্হাপন দিছে গাঁৱৰ ২২ জনকৈ নিবনুৱা যুৱক আৰু মহিলাক | Lion Brand Owner Padma Bharali

তিনিটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি তেওঁউৰ্ত্তীণ হ’ল মেট্ৰিৰ পৰীক্ষা ৷

কিন্তু দৰিদ্ৰতাৰ বাবে প্ৰেকটিকেলৰ বহী কিনিব নোৱাৰাত তিওঁক উলিয়াই দিয়া হ’ল পৰীক্ষা হলৰ পৰা ৷

সেই মেধাৱী ছাত্ৰজনে বুজি উঠিলে যে দৰিদ্ৰতাৰে ভৰা জীৱন কিমান যন্ত্ৰণাদায়ক ৷ সেয়ে পঢ়া আধাতে এৰি তেওঁ এদিন ধন ঘটিবৰ বাবে ৰাওনা হ’ল মুম্বাইলৈ
মুম্বাই বেংলোৰ গুৱাহাটী বিভিন্ন ঠাইত কাম কৰি তেওঁ অনুভৱ কৰিলে যে গাঁৱৰ ঘৰলৈ গৈ আৰম্ভ কৰিব ব্যৱসায়া ৷ ২০১৪ চনত মাত্ৰ ১০ কেজি জলফাই আচাৰ বনাই তেওঁ বজাৰত আচাৰ বিক্ৰীবলৈ আৰম্ভ কৰিলে ৷

ব্যৱসায়ত ৰাপ বৃদ্ধি পোৱাৰ লগে লগে তেওঁ ন ন ব্যৱসায় আৰম্ভ কৰিলে ৷

এতিয়া Lion Brandৰ নামত তেওঁআচাৰ , চাউমিনৰ পৰা আৰম্ভ কৰি ফেনাইল চিত্ৰনলালৈকে ১৪ বিধ সামগ্ৰীৰ ব্যৱসায় কৰে ৷একোটা মাহত তেওঁ প্ৰায় ১৩ লাখ টকাৰ ব্যৱসায় ৷
uparjan.in

Комментарии

Информация по комментариям в разработке